ZUBEEN GARG

The Voice Of Assam

Introduce

ZUBEEN GARG

জুবিন গাৰ্গ (১৮ নবেম্বৰ, ১৯৭২ – ১৯ ছেপ্টেম্বৰ, ২০২৫) অসমৰ অমৰ সংগীতজ্ঞ, গায়ক, সংগীত পৰিচালক, অভিনেতা আৰু সমাজসেৱী। তেওঁৰ জন্ম মেঘালয়ৰ তুৰাত হৈছিল। পিতৃ মোহিনী মোহন বৰঠাকুৰ (কবিতাৰ জগতত ‘কপিল ঠাকুৰ’ নামেৰে খ্যাত) আৰু মাতৃ ইলা গাৰ্গ। কৈশোৰকালতে সংগীতৰ যাত্ৰা আৰম্ভ কৰি প্ৰথম *“অনামিকা”*ৰ জৰিয়তে জনপ্ৰিয়তা লাভ কৰে।

তাৰ পিছত অসমীয়া, হিন্দী, বাংলা, ইংৰাজী আদি বহু ভাষাত হাজাৰ হাজাৰ গান গাই দেশ-বিদেশত অগণিত ভক্তৰ হৃদয় জয় কৰে।

1972 – ∞

Songs

Language

Awards Winning

Years Legacy

Zubeen Da Gallery

From Various Sources

With People

Story With Zubeen Da